NKTV PLUS
NKTV PLUS
  • Видео 53 286
  • Просмотров 316 819 332

Видео

গুৱাহাটীৰ কাহিলীপাৰাত সংঘটিত হ’ল এটা চাঞ্চল্যকৰ ঘটনা
Просмотров 2 тыс.
▶️ গুৱাহাটীৰ কাহিলীপাৰাত সংঘটিত হ’ল এটা চাঞ্চল্যকৰ ঘটনা। পৰকীয়া প্ৰেমৰ ভয়ানক পৰিণতি। ছুটীত ঘৰলৈ অহা চি আৰ পি এফ জোৱানে পৰকীয়া প্ৰেমিকৰ সৈতে হাতে-লোটে ধৰা পেলালে পত্নীক।
এখন দলঙে এটা অঞ্চলত কিদৰে প্ৰভাৱ পেলায়?
Просмотров 160
▶️ এখন দলঙে এটা অঞ্চলত কিদৰে প্ৰভাৱ পেলায়? ▶️ পিছপৰা অঞ্চলটোত কপিলীৰ ওপৰত নাই দলং ▶️ শিক্ষাৰ্থীয়ে টুলুঙা নাৱেৰে নদী পাৰ হৈ অহা-যোৱা কৰে বিদ্যালয়লৈ ▶️ কপিলীৰ পানী বাঢ়িলেই বিদ্যালয়লৈ যোৱাৰ পথ ৰুদ্ধ হয় শিক্ষাৰ্থীৰ
হাতত সংবিধান লৈ শপত গ্ৰহণ কৰিলে ৰাহুল গান্ধীয়ে
Просмотров 57818 часов назад
▶️হাতত সংবিধান লৈ শপত গ্ৰহণ কৰিলে ৰাহুল গান্ধীয়ে। সদনত জয় শ্ৰীৰাম আৰু ভাৰত জোড়ো শ্লোগানৰ মাজতে ৰাহুলৰ শপতবাক্য পাঠ।
গছ-গছনি কাটি তহিলং কৰি নিৰ্মাণ কৰা হেলিপেড আজি হৈ পৰিছে গৰুৰ চৰনীয়া পথাৰ
Просмотров 11818 часов назад
▶️ গছ-গছনি কাটি তহিলং কৰি নিৰ্মাণ কৰা হেলিপেড আজি হৈ পৰিছে গৰুৰ চৰনীয়া পথাৰ। প্ৰায় ২০ বছৰ পূৰ্বে অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ তত্বাবধানত বজালী আৰু ভূটান সীমান্তৱৰ্তী শিলবাৰীত নিৰ্মাণ কৰা হৈছিল এই হেলিপেডটো। বৰ্তমান পকী হেলিপেডৰ পকী অংশত আৱৰি ধৰিছে ঘাঁহ-বনে।
হোজাইত পৰীক্ষাৰ পৰা বঞ্চিত ২৫০ গৰাকী শিক্ষাৰ্থী
Просмотров 5219 часов назад
▶️ হোজাইত পৰীক্ষাৰ পৰা বঞ্চিত ২৫০ গৰাকী শিক্ষাৰ্থী ▶️ লাইফ জেকেট নোহোৱাৰ বাবেই পৰীক্ষা নিদিয়াকৈ উভতিল শিক্ষাৰ্থী ▶️ টুলুঙা নাৱেৰেই শিক্ষাৰ্থীসকল যাবলগীয়া হয় বিদ্যালয়লৈ
ৰিয়ান পৰাগে ভাৰতীয় দলত স্থান লাভ কৰাৰ পিছতে আনন্দিত অসমৰ ক্ৰিকেটপ্ৰেমী
Просмотров 12319 часов назад
▶️ ৰিয়ান পৰাগে ভাৰতীয় দলত স্থান লাভ কৰাৰ পিছতে আনন্দিত অসমৰ ক্ৰিকেটপ্ৰেমী। অসম তথা উত্তৰ-পূবৰ পৰা প্ৰথমবাৰৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় ক্ৰিকেট দলত স্থান লাভ কৰা ৰিয়ানক লৈ গৌৰৱান্বিত অসমবাসী।
ৰাইজৰ মতে মৃতদেহটো জাহাংগীৰৰ নহয়, সুনীল গগৈৰহে
Просмотров 6 тыс.19 часов назад
▶️ ঢকুৱাখনা হত্যাৰ DNA পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী ▶️ DNA পৰীক্ষাক লৈ সন্দেহ ঢকুৱাখনাৰ ৰাইজৰ ▶️ DNA প্ৰতিবেদন অনুসৰি মৃতদেহটো আছিল ৰাজমিস্ত্ৰী জাহাংগীৰৰ ▶️ ৰাইজৰ মতে মৃতদেহটো জাহাংগীৰৰ নহয়, সুনীল গগৈৰহে
চৰকাৰী আঁচনিবোৰ প্ৰকৃততে কাৰ বাবে?
Просмотров 5719 часов назад
▶️চৰকাৰী আঁচনিবোৰ প্ৰকৃততে কাৰ বাবে? শিৱ মন্দিৰৰ সন্মুখত বহি ৰাইজৰ পৰা সহায় বিচাৰি কোনো মতে পৰিয়ালটো পোহপাল দিছে বিশেষভাৱে সক্ষম যুৱকজনে। আজিকোপতি লামডিঙৰ ছাউথ হিল কলনীৰ যুৱকজনে পোৱা নাই চৰকাৰৰ কোনো সা-সুবিধা।
সাধু-সন্ন্যাসীৰ প্ৰতিবাদত উত্তাল কামাখ্যা
Просмотров 2 тыс.19 часов назад
সাধু-সন্ন্যাসীৰ প্ৰতিবাদত উত্তাল কামাখ্যা আৰক্ষীৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰৰ অভিযোগ সন্ন্যাসীৰ কামাখ্যাৰ দলৈয়ে একাংশ সন্ন্যাসীৰ বিৰুদ্ধে আনিছিল গুৰুতৰ অভিযোগ বহু ভণ্ড সাধু-সন্তৰ সমাগম ঘটা বুলি দলৈৰ অভিযোগ
১ জুলাইৰ পৰা দেশত বলৱৎ হ'ব ৩খনকৈ অপৰাধ সম্বন্ধীয় আইন
Просмотров 20320 часов назад
১ জুলাইৰ পৰা দেশত বলৱৎ হ'ব ৩খনকৈ অপৰাধ সম্বন্ধীয় আইন
চিলাই মেচিনৰ বস্তু আনিবলৈ গৈ ক'ত হেৰাল ৰুণামণি?
Просмотров 87021 час назад
চিলাই মেচিনৰ বস্তু আনিবলৈ গৈ ক'ত হেৰাল ৰুণামণি?
বিষাক্ত কাঠফুলা খাই ৬৬ বৰ্ষীয় তুলসী পেগুৰ মৃত্যু
Просмотров 41421 час назад
বিষাক্ত কাঠফুলা খাই ৬৬ বৰ্ষীয় তুলসী পেগুৰ মৃত্যু
চামগুৰি সমষ্টি এইবাৰ বিজেপিৰ হাতলৈ আহিব বুলি দৃঢ়বিশ্বাস
Просмотров 31023 часа назад
চামগুৰি সমষ্টি এইবাৰ বিজেপিৰ হাতলৈ আহিব বুলি দৃঢ়বিশ্বাস
লাওখোৱাৰ খহনীয়া ৰোধৰ আশ্বাস বিধায়ক জিতু গোস্বামীৰ
Просмотров 11523 часа назад
লাওখোৱাৰ খহনীয়া ৰোধৰ আশ্বাস বিধায়ক জিতু গোস্বামীৰ
আৰক্ষী নে এয়া গুণ্ডা?
Просмотров 3,3 тыс.23 часа назад
আৰক্ষী নে এয়া গুণ্ডা?
T-20 বিশ্বকাপৰ ছেমিফাইনেলত স্থান লাভৰ পিছতে আফগানিস্তানৰ কাবুলত বিজয়োল্লাস।
Просмотров 75823 часа назад
T-20 বিশ্বকাপৰ ছেমিফাইনেলত স্থান লাভৰ পিছতে আফগানিস্তানৰ কাবুলত বিজয়োল্লাস।
হাইজেক কৰা মালবাহী ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত
Просмотров 7923 часа назад
হাইজেক কৰা মালবাহী ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত
আজিও নৰনাৰায়ণৰ বংশধৰসকলে দৰ্শন নকৰে মা কামাখ্যাৰ মন্দিৰ
Просмотров 3,8 тыс.23 часа назад
আজিও নৰনাৰায়ণৰ বংশধৰসকলে দৰ্শন নকৰে মা কামাখ্যাৰ মন্দিৰ
সোণাৰিত নগদ ধনসহ সন্ধানহীন পেট্ৰ’ল ডিপোৰ কৰ্মচাৰী
Просмотров 216День назад
সোণাৰিত নগদ ধনসহ সন্ধানহীন পেট্ৰ’ল ডিপোৰ কৰ্মচাৰী
ভগৱানেই এতিয়া শেষ ভৰসা...
Просмотров 107День назад
ভগৱানেই এতিয়া শেষ ভৰসা...
আগতকৈ পৰিপক্ক হ'ল ৰিয়ান পৰাগ....
Просмотров 168День назад
আগতকৈ পৰিপক্ক হ'ল ৰিয়ান পৰাগ....
পুত্ৰ হাতত প্ৰাণ গ'ল মাতৃৰ
Просмотров 1,2 тыс.День назад
পুত্ৰ হাতত প্ৰাণ গ'ল মাতৃৰ
'ৰিয়ান পৰাগৰ বহুত প্ৰতিভা আছে...কঠোৰ পৰিশ্ৰম কৰিব পাৰে'
Просмотров 595День назад
'ৰিয়ান পৰাগৰ বহুত প্ৰতিভা আছে...কঠোৰ পৰিশ্ৰম কৰিব পাৰে'
অম্বুবাচী উপলক্ষে কামাখ্যাধামত পত্নীসহ অভিনেতা যতীন বৰা
Просмотров 2,7 тыс.День назад
অম্বুবাচী উপলক্ষে কামাখ্যাধামত পত্নীসহ অভিনেতা যতীন বৰা
কৰিমগঞ্জত কমা নাই বানৰ সংহাৰ
Просмотров 170День назад
কৰিমগঞ্জত কমা নাই বানৰ সংহাৰ
গোৱালপাৰা কৃষ্ণাইৰ আশুডুবীৰ এটা জৰাজীৰ্ণ পথ
Просмотров 186День назад
গোৱালপাৰা কৃষ্ণাইৰ আশুডুবীৰ এটা জৰাজীৰ্ণ পথ
কামাখ্যাধামত উপস্থিত হৈ কি অনুভৱ একাংশৰ?
Просмотров 217День назад
কামাখ্যাধামত উপস্থিত হৈ কি অনুভৱ একাংশৰ?
বছৰৰ প্রথমটো বানত সাগৰ সদৃশ পৰিৱেশ দধিয়াত
Просмотров 395День назад
বছৰৰ প্রথমটো বানত সাগৰ সদৃশ পৰিৱেশ দধিয়াত
বহুত ভাল লাগে...মনটোত শান্তি লাগে...
Просмотров 1,2 тыс.День назад
বহুত ভাল লাগে...মনটোত শান্তি লাগে...

Комментарии

  • @basisthaacharya6590
    @basisthaacharya6590 17 часов назад

    পৰকীয়া প্ৰেমিকৰো এই গতি হব।

  • @Sima.1234
    @Sima.1234 17 часов назад

    ছিঃ কবলৈ ভাষা নাই,,,আছে বহুত এনেকুৱা মহিলা আমাৰ সমাজত

  • @Sumite-ll3qh
    @Sumite-ll3qh 17 часов назад

    Ajikali prai beleg mota bisare koribole mobile hohoj kori die online sob rendy bodmash korise

  • @bmohanta9007
    @bmohanta9007 17 часов назад

    Bjpr sob netai nari kelenkarit jarito thake neki... 80%assamor nari kelengkari BJP news hoi

  • @rinkushivam8759
    @rinkushivam8759 17 часов назад

    এইজনী মহিলা নহয় ,ৰাক্ষখীনী

  • @debokantadas2084
    @debokantadas2084 17 часов назад

    bonori jonik vot jolokiya logai diyak.

  • @commenti5459
    @commenti5459 17 часов назад

    বেলেগৰ আগত কিয় নৃত্য কৰি আছিল

  • @Meghali369
    @Meghali369 17 часов назад

    Jai Mata Di

  • @inglishvlogs1015
    @inglishvlogs1015 17 часов назад

    বিজেপিৰ নেতা বোৰৰ বেলেগৰ মাইকীৰ লগত হলিগলি প্রায় থাকেই

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 17 часов назад

    বাদৰুদ্দিন আজমালৰ সমষ্টি নহয় জানো এই মানুহ বোৰৰ প্ৰতি চৰকাৰৰ একো কৰিব লগা নাই নেকি ভোট টু লাগে কুকুৰ হত ক সিহঁতে ভোট দিবলৈ যাব নালাগে

  • @bhargabsfitnessbeautylifes2700
    @bhargabsfitnessbeautylifes2700 18 часов назад

    हमारे देश के भाषा बोलने से ओर ज्यादा अच्छा लगता। अंग्रेजो ने अभी भी impact कर रहे है। देश का एक मिनिस्टर होके सपथ भी English भाषा पे लेना पर रहा है तो किया ही बोलू 🙏

    • @pritom21
      @pritom21 17 часов назад

      Because kerela k log English bolte heii

    • @bhargabsfitnessbeautylifes2700
      @bhargabsfitnessbeautylifes2700 17 часов назад

      @@pritom21 oh Rahul Gandhi कबसे Kerala के बासिंदा हो गया?

  • @sukumardhar1738
    @sukumardhar1738 18 часов назад

    Coverpage of indian constitution is not red

  • @kushilabbaishya221
    @kushilabbaishya221 18 часов назад

    এইবোৰ হ'ল নতুন কৈ হোৱা চৰকাৰী গোলাম, ইহঁতে লেবেলত মৰি আছে ভালকৈ একো শিক্ষা পোৱা নাই যে😡😡😡😡

  • @dibyaluchanboruah3206
    @dibyaluchanboruah3206 18 часов назад

    Dead body jwali thoka thait sunilrbhotijake daiu kandise buli koisil hai dodayak jan sunil neki?

  • @RuprazKhilonzia
    @RuprazKhilonzia 18 часов назад

    Nitul toi eman najano nisina lagise J Baba.a a be be hoi goi se J😅

  • @RuprazKhilonzia
    @RuprazKhilonzia 18 часов назад

    Nitul Tumi atiya kot aasa.ki aase notun uopdate

  • @bituponborh521
    @bituponborh521 18 часов назад

    😂😂😂😂

  • @momidas7120
    @momidas7120 18 часов назад

    Bhaaaa.😔

  • @user-zf4uh5dh2s
    @user-zf4uh5dh2s 18 часов назад

    কোনোবা 3rd পাৰ্টী সোমালে ভাইটি!

  • @kapil912
    @kapil912 18 часов назад

    Ki sadhu soinyakhi he... Gaja mod khai kihor puja kre

  • @user-zg3ps5ez3h
    @user-zg3ps5ez3h 18 часов назад

    Val lagil jai maaaa

  • @khirodkr.laskar8486
    @khirodkr.laskar8486 18 часов назад

    Lie detactor used korok Jayanta Goswami k

  • @user-cu6tp6ux7x
    @user-cu6tp6ux7x 18 часов назад

    সাধু সকলৰো খং উঠে নে ?

  • @SofurJohn-uh5sj
    @SofurJohn-uh5sj 18 часов назад

    Great work Assam police

  • @jyoti9293
    @jyoti9293 19 часов назад

    Fast barar karane ane hoise BJP sarkar thakar pisato cong thKat ane huwa nai

  • @jyoti9293
    @jyoti9293 19 часов назад

    Sadhu babai jetiya pratibad korise ses aru sarkar aru besi din nai

  • @dipakkalita7034
    @dipakkalita7034 19 часов назад

    যোৱা কালি এজন সাধুৱে মোদীৰ বিৰুদ্ধে কথা কোৱাৰ বাবে এই বেৱস্থা লৈছে ।

  • @bontisarmah7541
    @bontisarmah7541 19 часов назад

    এই দুই টা জীয়াই আছে চাগে বেলেগ কাৰোবাৰ হে কাটিলে নেকী ।

  • @golapborah12
    @golapborah12 19 часов назад

    Bahiror candidate kor pora ahil up Bihar candidate 😢

  • @puspadhardowarah1932
    @puspadhardowarah1932 19 часов назад

    মৃতদেহ সুনীলৰ;তেন্তে জাহাংগীৰ কত গল?পানী সিচোতে মাছ বোৰ কিহল?

  • @mantumech712
    @mantumech712 19 часов назад

    Ai sadhu bure poisa bisari juwar bade aku kaam nai

  • @ArunKumar-kl2jw
    @ArunKumar-kl2jw 19 часов назад

    ইহঁতৰ নিচিনা মানুহেই সুনীল গগৈ আৰু জাহাঙ্গীৰৰ মূৰটো ক'ৰবাত পুতি থলে নেকি অনুসন্ধান কৰিলে নে ?

  • @eldrinkoch3656
    @eldrinkoch3656 19 часов назад

    তোমাৰ গিৰিয়েৰক ভাল কথা ক'বলৈ আৰু ভাল কাম কৰিবলৈ ভগৱানে সুমতি দিয়ক...

  • @rajivgogoi5499
    @rajivgogoi5499 19 часов назад

    Moi a disu congresok moi ghor o palu kintu mudik vote diya ni 100/ persent geranti moi zindagi bjp vote nidiu

  • @assam2006
    @assam2006 19 часов назад

    জাহাঙ্গিৰৰ মৃত্যুৰ বাবে বগা সাজ পিন্ধিলে নেকি?

  • @Madboy820
    @Madboy820 19 часов назад

    Dna porixa ako korile bhalhobo buli bhabisu rajniti joritohoi thokajen lagise. Dangor roboralia korabhulkhini bisarnokore hrumanuhok harahastikorise.kamnai.

  • @anjanborah-5069
    @anjanborah-5069 19 часов назад

    ঢকুৱাখনাৰ সাংবাদিক সকলক নিবনুৱা কৰি পেলোৱা কাৰ্য সমৰ্থন যোগ্য নহয় 😂

  • @nityanandamahanta1849
    @nityanandamahanta1849 19 часов назад

    আৰক্ষী নিজৰ দায়িত্ব পালন কৰিছিল,সুৰক্ষা দিশ ছোৱাটো আৰক্ষীৰ দায়িত্ব চেলুট অসম আৰক্ষী।ভূৱা ভক্ত বহুত আছে

  • @pankajdoley6348
    @pankajdoley6348 19 часов назад

    Seni aru gur mili gol

  • @sashibhatta5198
    @sashibhatta5198 19 часов назад

    অহা বছৰত যেন এনে অৱস্থাৰ সৃষ্টি নহয় ! আজিৰ পৰিস্থিতিৰ পৰা শিক্ষা লৈ চৰকাৰ প্ৰতিনিধিয়ে 2025 চনত প্ৰয়োজনীয় ব্যৱস্থা লব বুলি আশা কৰিছোঁ ৷

  • @ranjitgowsami7891
    @ranjitgowsami7891 20 часов назад

    মামা ই কি কৰি আছে, পইছা বোৰ খালে ছাগে 😂

  • @zreducationallive8000
    @zreducationallive8000 20 часов назад

    Bjp nijike,bcz cmr miyar vote nalage😂

  • @esrafil12
    @esrafil12 20 часов назад

    DNA misa nokoy

  • @zreducationallive8000
    @zreducationallive8000 20 часов назад

    😂

  • @RamkrPegu-jf9mx
    @RamkrPegu-jf9mx 20 часов назад

    সাধু সকলো যেতিয়া প্ৰতিবাদ কৰে এইখন অসমত, বাকীবোৰ কি হব গোখাঁই

  • @parag_gogoi
    @parag_gogoi 20 часов назад

    Political nexus joritto ase.....heibabe police e vekuvaona kori ase..... Shame on Assam Govt.

  • @user-qu6je9uc8s
    @user-qu6je9uc8s 20 часов назад

    Dismiss kibi lge

  • @manashsharma7382
    @manashsharma7382 20 часов назад

    Ata lora aru lora marishe hatya korishe val puwa premika joni val puwa nohoy aibur toka khilai toka thakile fusulai loi jai beya suwali hatya korishe kot kune hatya korishile kyuo hatya korishile kiba reason nohuwa ke xosa news nohoy fake hoy🤣🤣 but dhuniya xoise acting short vidio actress hoy serial kore kobat dekha dekha laghshe superb 🤣🤣

  • @Mohua433
    @Mohua433 20 часов назад

    Ghotonatu bhabiboloi biswas hua nai jen 😢 ajir jugotu enekuwa Prem kahini hobo pare etu bohut dangor kotha . Respect bohut bohut bari gol mur monot . Case tu viral kori diok jate ajir couples bilake alop sikha pai | Eta val msg di gol sir 🙏

  • @anudevi6963
    @anudevi6963 20 часов назад

    Sundor moi Val PawaGod bless you three of you ❤